যাত্ৰাৰ (দ্বিতীয় আৰু তৃতীয় সংখ্যা, চতুৰ্থ বছৰ) পিডিএফ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক
'হিম-পৰা গধূলি হাবিৰ মাজত ৰোৱা' ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা অনুবাদ: অজিৎ বৰুৱা এই হাবি কাৰ মই বোধকৰোঁ জানো। তেওঁৰ ঘৰ এই গাঁৱতে যদিও; তেওঁৰ হাবিখন হিম পৰি ভৰি উঠা চাম বুলি মই ৰোৱা তেওঁ নেদেখিব। মোৰ সৰু ঘোঁৰাটোৱে আচহুৱা পাব কাষত পমুৱা ঘৰ নথকা সত্ত্বেও হাবি আৰু গোটমৰা পুখুৰীৰ মাজৰ ঠাইতে বছৰৰ আটাইতকৈ আন্ধাৰ গধূলি বৈ পৰা। যি তাৰ লেকামৰ ঘণ্টাবিলাকত জোঁকাৰণি তোলে কিবা ভুল হ'ল নেকি তাকে সুধিবৰ বাবে। একমাত্ৰ অন্য শব্দ বতাহৰ আৰু সৰু সৰু নোম যেন হিমৰ অনায়াস দোলনৰ! হাবিবোৰ ধুনীয়া, আন্ধাৰ আৰু ঘন কিন্তু মোৰ আছে কথা ৰাখিবলে' আ…
দুখৰ কবিতা As he rose and fell He lived the stages of his age and youth Entering the whirlpool গুজৰি সুহুৰি মাৰিলে সোঁতাল বাঘে ভিতৰি বিজুলী বলিলে - কঠিন ঘামৰ ছবি যেনে খুছি নাম দিবা ভিজা আন্ধাৰৰ ঘৰ জনাবোৰে অলপ মাথোন অনাই ল'বা পুৰণি বহুত নতুন পলকে আঁজুৰি আঁজুৰি কান্দে পানীৰে সময় ঘন কৰি হায় মৰণে জীৱন যাচে । আমাক ইদৰে ভেঙুচি ৰসিক মৰণে । "জীৱন কালৰ বহুৱা", মৰণ কাৰ ? নাৱৰ টিঙত যিবিলাক দীঘল বহা, চকুলো পেলাবা যুক্তিৰে লগ নোপোৱা দীঘল কৰি ওপৰে আকাশ তলে চলে পাণী অকাঠী কাঠৰ নাৱৰ পৰা খেদেৰে দেখোঁ আৰু সেই চকু যি হ'ল মু…
যাত্ৰাৰ পিডিএফ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক